Local, Vocal, Global

WATCH | Moirabari News : লাহৰীঘাট সমজিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত মৰিগাঁও জিলা আয়ুক্ত

মৈৰাবাৰী,১৩মে’ : লাহৰীঘাট সমজিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত মৰিগাঁও জিলা আয়ুক্ত।

সমজিলা ভোট গণনা কেন্দ্ৰত জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা উপস্থিত থাকি বুজ ল’লে বিষয়া-কৰ্মচাৰীৰ(Moirabari News)।

জিলাখনত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ আৰু ভোট গণনা অনুষ্ঠিত হোৱাত নিয়োজিত বিষয়া-কৰ্মচাৰী,আৰক্ষী প্ৰশাসন আৰু ৰাইজক সংবাদ মাধ্যমৰ যোগে কৃতজ্ঞতা জনালে আয়ুক্ত দেৱাশিষ শৰ্মাই।

লগতে পঢ়ক : WATCH | Lumding News :লামডিঙত গৰুৰ চুৰৰ তাণ্ডৱ