WATCH | Moirabari News : ভোটগননা কেন্দ্ৰত গণনা সহায়ক অসুস্থ
মৈৰাবাৰী,১১মে’ : লাহৰীঘাট সমজিলা ভোটগননা কেন্দ্ৰত এজন গণনা সহায়ক অসুস্থ।
অসুস্থ গণনা সহায়ক জনৰ নাম সৰুৱাৰ হুছেইন(Moirabari News)।
ভোট গননা চলি থকা সময়তে ঢলিপৰে গণনা সহায়ক জন।
গণনা সহায়ক জনৰ ঘৰ দলৈগাঁৱত।
লগতে পঢ়ক : WATCH | Panchayat Election Result : পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা নাজিৰাত