WATCH | Moirabari News : ‘পিতৃ-মাতৃ ভাৰতীয়, কিন্তু এজন সন্তান কেনেকৈ বিদেশী’ ?
মৈৰাবাৰী,২৮মে’ : পিতৃ-মাতৃ ভাৰতীয়,একে মাতৃৰ অন্য সন্তান ভাৰতীয়, কিন্তু এজন কেনেকৈ বিদেশী?
ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমান শ্বহীদ হৈছিল’। সেই মুছলমানক সাধাৰণ নামৰ ভুলত ডি’ ভোটাৰ কৰি হাৰাশাস্তি কৰা হৈছে’। গৰজি উঠিছে মুছলিম ছাত্ৰ সন্থা অসম (মুছা) ৰ সভাপতি আশ্বিক ৰাব্বানী ।
গৰু-ছাগলিৰ দৰে মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰক। ১৯৭১ চনৰ পূৰ্বে অহা মুছলমানক বিদেশী সজালে পৰিস্থিতি ভয়াৱহ হ’ব’। মুখ্যমন্ত্ৰীক সকীয়নি দি বিস্ফোৰণ মুছাৰ সভাপতি আশ্বিক ৰাব্বানীৰ(Moirabari New)।
বাংলাদেশী চিনাক্তকৰণৰ নামত প্ৰকৃত ভাৰতীয়ক কৰা হৈছে হাৰাশাস্তি। ‘ছুপ্ৰিম কৰ্টলৈ গ’লে ৯৯ শতাংশই ভাৰতীয় হৈ পৰিব’। বিস্ফোৰক অভিযোগ মুছাৰ।
ছুপ্ৰিম কৰ্টত গোচৰ চলি থকা ব্যক্তিক কেনেকৈ বাংলাদেশলৈ প্ৰেৰণ কৰিব পাৰিলে?
NRC,আধাৰ কাৰ্ড থকাৰ পিছতো কেনেকৈ বিদেশী হ’ল বুলি প্ৰশ্ন কৰে মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে ।
মুছাৰ কৰ্মকৰ্তাক ৰাইজৰ মাজলৈ গৈ আলোচনা কৰি আন্দোলনৰ হুংকাৰ।
লগতে পঢ়ক : WATCH | 37 Bangladeshi Nationals Detained : কাছাৰত আটক ৩৭জন বাংলাদেশীক