Moirabari News:মৈৰাবাৰীত আৰক্ষী প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ
মৈৰাবাৰী,১৭ফেব্ৰুৱাৰী: মৈৰাবাৰীত আৰক্ষী প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ
আৰক্ষীয়ে হেলমেট বিহীন চালকক কিনি দিলে হেলমেট(Moirabari News)।
মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী সকলে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ।
পথেদি চলাচল কৰা হেলমেট বিহীন বাইক আৰোহী সকলক এক হেজাৰ টকা জৰিমনাৰ সলনি কিনি দিলে একোখনকৈ হেলমেট।