MLA Parmananda Rajbansh: প্ৰতিশ্ৰুতি দি পালন কৰিলে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে

ছিপাঝাৰ, ২ফেব্ৰুৱাৰী : প্ৰতিশ্ৰুতি দি পালন কৰিলে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে
এইটো ছিপাঝাৰৰ পাতিদৰং নিবাসী অকলশৰীয়া বৃদ্ধ আইতা ৰেণু দেৱীৰ জৰাজীৰ্ণ গৃহ(MLA Parmananda Rajbansh)।
কিছুদিন পূর্বে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে বৃদ্ধ মহিলা গৰাকীক এটি গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিনটোত সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে বিধায়ক গৰাকীয়ে।
লগতে পঢ়ক :Jagiroad News: মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি অন্তিত দিন