ধলা-শদিয়াৰ ব্ৰহ্মপুত্ৰৰ নদীত সন্ধানহীন ছাত্ৰ

ডিজিটেল ডেস্ক:- ধলা-শদিয়াৰ ব্ৰহ্মপুত্ৰৰ নদীত সন্ধানহীন এজন ছাত্ৰ ।গা-ধুবলৈ গৈ সন্ধানহীন হয় ছাত্ৰজন। সন্ধানহীন ছাত্ৰজনৰ নাম আকাশ ছেত্ৰী (১৪)।আকাশ ছেত্ৰী অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল ।
বৰ্তমান ঘটনা সংঘটিত হোৱা স্থানত আৰক্ষীৰ লগতে SDRF বাহিনীৰ লোক উপস্থিত হৈ সন্ধান অব্যাহত ৰাখিছে কিন্ত এতিয়ালৈকে সন্ধান পোৱা নাই ছাত্ৰজনৰ।