Miscreants open fire in Sipajhar: ছিপাঝাৰৰ সাতখলিত দুৰ্বৃত্তৰ গুলীচালনা!

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : ছিপাঝাৰৰ সাতখলিত দুৰ্বৃত্তৰ গুলীচালনা! এটা পৰিয়ালৰ বাসগৃহলৈ দুৰ্বৃত্তৰ গুলীচালনা আৰু শিলাবৰ্ষণৰ অভিযোগ।
আশ্ৰাফুল হক নামৰ এজন যুৱকৰ বাসগৃহত সংঘটিত হয় এই ঘটনাটো(Miscreants open fire in Sipajhar)।
ঘটনাৰ আঁৰত জেহাদী জড়িত থকাৰ সন্দেহ আশ্ৰাফুল হকৰ ।
লগতে পঢ়ক : Supected Murder in Barpeta : পত্নীৰ ৰহস্যজনক মৃত্যু; যৌতুকৰ বাবেই হত্যাৰ অভিযোগ