Local, Vocal, Global

suspected bomb blast in Bengal : লোকসভা নিৰ্বাচনৰ প্রাকক্ষণত পশ্চিমবংগত ভয়ংকৰ বোমা বিস্ফোৰণ

নেশ্যনেল ডেস্ক, ৬মে’ : লোকসভা নিৰ্বাচনৰ প্রাকক্ষণত পশ্চিমবংগত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। সোমবাৰে সংঘটিত হয় এই হিংসাত্মক ঘটনাটো(Minor killed, 2 injured in suspected bomb blast in Bengal) ।

জানিব পৰা মতে, শিশুকেইজনে এটা পুখুৰীৰ কাষত বোমাটো বল বুলি লৈ খেলি আছিল আৰু সেই সময়েত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । এই ভয়ংকৰ বোমা বিস্ফোৰণত নিহত হয় এটি শিশু। আনহাতে আহত হয় দুজন ল’ৰা । আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে(
suspected bomb blast in Bengal)।

লগতে পঢ়ক : Manas National Park to remain closed from June 5 :২০ মে’ৰ পৰা বন্ধ হ’ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং