Local, Vocal, Global

Minister Prasanta Phukan visits in Mangaldoi:মঙলদৈত উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন

মঙলদৈ,২৭ডিচেম্বৰ :মঙলদৈত উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন।

মঙলদৈত নিৰ্মীয়মান অৱস্থাত থকা অসম দক্ষতা বিশ্ব বিদ্যালয় পৰিদৰ্শন মন্ত্ৰী প্ৰশান্ত ফুকনৰ(Minister Prasanta Phukan visits in Mangaldoi)।

জুলাই মাহৰ ভিতৰত কাৰ্য্যক্ষম হোৱাৰ আশ্বাস মন্ত্ৰী গৰাকীৰ।

নতুনকৈ মন্ত্ৰীত্ব লাভ কৰিয়েই বিশ্ববিদ্যালয়ৰ খনৰ অগ্ৰগতি বুজ লয় ।

বিশ্ব বিদ্যালয়খনৰ বিষয়াসকলৰ লগতে দৰং জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ এই মন্তব্য আগবঢ়ায় ।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাধু শুনালে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Heated situation in Rangia : নিশা ৰঙিয়া আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি