Minister Jogen Mohan: ৰাজপথত অভিযানত নামিল মন্ত্ৰী যোগেন মোহন
নিউজ ডেস্ক,২১জানুৱাৰী : সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজপথত অভিযানত নামিল মন্ত্ৰী যোগেন মোহন(Minister Jogen Mohan)।
আগন্তুক গণৰাজ্য দিৱস আৰু পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি ৰাজপথত অভিযান মন্ত্ৰী যোগেন মহনৰ।