WATCH | MGNREGA Scheme: বৰক্ষেত্ৰীৰ কেকান-কাপলাবড়ী গাঁও পঞ্চায়তত MGNREGA আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি
নলবাৰী,২মাৰ্চ : ৰাস্তা নিৰ্মাণৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ(MGNREGA Scheme)। MGNREGA অধীনস্থ ৰাস্তাৰ কামত বিয়াগোম দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৪ নং কেকান-কাপলাবড়ী গাঁও পঞ্চায়তৰ এটি নিৰ্মাণৰত পথক লৈ অসন্তুষ্ট স্থানীয় লোক। মহিলাই উদঙাই দেখাই দিলে প্ৰকৃত ছবি। দ গাঁতত মাটি ছটিয়াই নিদি শিল-বালি ছটিয়াই দিয়াৰ অভিযোগ।
১নং কাপলাবড়ীৰ মথাউৰি নিবাসী সাগৰ আলী (মুগুৰ আলী)ৰ গৃহৰ পৰা MGNREGA ৰ অধীনৰ এই পথটো নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ।
লগতে পঢ়ক :WATCH | Road Accident : যাত্ৰীবাহী বাছ আৰু JCBৰ মাজত সংঘর্ষ; সংঘৰ্ষত গুৰুতৰভাৱে আহত ২০গৰাকী যাত্ৰী