WATCH | MGNREGA funds being misused : MGNREGA আঁচনি ৰূপায়ণৰ নামত কেলেংকাৰিৰ অভিযোগ

নলবাৰী,১২মাৰ্চ : নলবাৰী জিলাৰ জয়সাগৰ-লাউঠাৰিত MGNREGA ৰ অধীনৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় লোকৰ।
২০ ট্ৰেক্টৰ মাটি পেলাই ৫ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ।
ফটো তোলাৰ বাবদ একোগৰাকী মহিলাক ২০ টকাকৈ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে(MGNREGA funds being misused)।
JOB কাৰ্ডৰ নামত ব্যাপক অনিয়মৰ অভিযোগ পূৰ্বৰ জয়সাগৰ-বৰতলা গাঁও পঞ্চায়তত। নাম ফলক নোহোৱাকৈ স্থানীয় লোকক অন্ধকাৰত ৰাখি লুণ্ঠন লক্ষাধিক টকা।
চৰকাৰী গৃহ দিয়াৰ নামতো স্থানীয় লোকৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে।
লগতে পঢ়ক : WATCH | Dibrugarh News : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ২৩ সংখ্যক দীক্ষান্ত সমাৰোহ