Men goes Missing : উৰিয়ামঘাটৰ পৰা নেপাললৈ যোৱাৰ পথত সন্ধানহীন এজন লোক

নিউজ ডেস্ক,১২অক্টোবৰ : উৰিয়ামঘাটৰ পৰা নেপাললৈ যোৱাৰ পথত সন্ধানহীন এজন লোক।
সন্ধানহীন লোকজন ৫৫ বছৰীয়া চূড়ামণি শৰ্মা।৯ অক্টোবৰৰ পৰা সন্ধানহীন লোকজন(Men goes Missing)।
চূড়ামণি শৰ্মাৰ কপালত আছে কটা চিহ্ন। কোনো লোকে সন্ধান পালে 97072-18288 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ।
লগতে পঢ়ক :Son Brutally Killed Mother : ঘৰুৱা কন্দলৰ বাবেই পুত্ৰই হত্যা কৰিলে সতিয়া মাতৃক