WATCH | Meghalaya News : মেঘালয়ৰ কুলিয়াঙত ভূমিস্খলন
মেঘালয়,১জুন : মেঘালয়ৰ কুলিয়াঙত ভূমিস্খলন। ব্যাহত যান বাহন চলাচল।
ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ কলিয়াংত ৰাষ্ট্রীয় ঘাইপথত ভূমিস্খলনৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে(Meghalaya News)।
মেঘালয়ৰ কুলিযয়াংৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত বৰাক’ৰ লগতে উত্তৰ পূর্বাঞ্চল ৰাজ্যেৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।
লগতে পঢ়ক : WATCH | Man goes Missing : গেলেকীৰ বামগাঁৱৰ এজন যুৱক নিৰুদ্দেশ