Meghalaya landslide : মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন

নিউজ ডেস্ক,৫আগষ্ট : মেঘালয়ৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলন।বৰাক-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনাটো। কুলিয়াঙত পাহাৰৰ পৰা হোৰাহোৰে খহি পৰিছে বোকা-মাটি। বোকা-মাটিত পোত গ’ল ট্ৰাকসহ আন এখন অল্টো বাহন(Meghalaya landslide)।
ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা।
লগতে পঢ়ক :Dead body recovered : ডাকঘৰত ৰহস্যজনকভাৱে উদ্ধাৰ চকীদাৰৰ মৃতদেহ