Meerut soap godown explosion : কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড;নিহত ৪জনকৈ লোক, আহত কেইবাজন লোক

নেশ্যনেল ডেস্ক, ১৭অক্টোবৰ : কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড । নিহত ৪জনকৈ লোক । আহত কেইবাজন লোক।
উত্তৰ প্ৰদেশৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । উত্তৰ প্ৰদেশৰ কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । এটা চাবোনৰ কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড(Meerut soap godown explosion) ।
জানিব পৰা মতে, কাৰখানাত চাবোন তৈয়াৰ কৰি থকাৰ সময়তে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটি হয় । কাৰখানাত শ্ৰমিকে চাবোন তৈয়াৰ কৰি থকাৰ সময়তে হঠাত বিস্ফোৰণ সংঘটিত হৈ অট্টালাকিৰ ছাদ খহি পৰে । ফলত কাৰখানাত কাম কৰি থকা ৪জনকৈ লোক নিহত হয় লগতে আহত হয় কেইবাগৰাকী লোক । আহত লোকসকলক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতালৈ প্ৰেৰণ কৰা হয়(4 killed in major explosions at soap factory in Meerut) ।
আৰক্ষীৰ ভাষ্য অনুসৰি মিৰাটৰ লৌহিয়া নগৰৰ এটা অট্টালিকাত চাবোন তৈয়াৰ কৰি থকাৰ সময়তে বিস্ফোৰণ সংঘটিত হয় আৰু অট্টালাকিটোৰ ছাদ খহি পৰে। ফলত তাত উপস্থিত থকা ৪ জনকৈ লোকৰ মৃত্যু হয়।
এই ভয়ংকৰ ঘটনাৰ সন্দৰ্ভত জিলা মেজিষ্ট্ৰেট দীপক মীনাই সংবাদ মাধ্যমৰ আগত কয়, এই ভয়ংকৰ ঘটনাৰ ফলত নিহত হোৱা লোকসকলৰ আটাইকেইগৰাকী পুৰুষ। আনহাতে এই ভয়ংকৰ ঘটনাৰ ফলত ৫ গৰাকী লোক আহত হয়(Four dead in explosion at soap factory warehouse in Meerut)।
লগতে জিলা মেজিষ্ট্ৰেট দীপক মীনাই কয় যে , অট্টালিকাটোত বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে কিছু মেচিন পোৱা হৈছে। যাৰ পৰা জানিব পৰা গৈছে বিস্ফোৰণ সংঘটিত হোৱা স্থানত চাবোন বোনাৱা হৈছিল বা চাবোনৰ পেকেজিং কৰা হৈছিল( 4 killed in Meerut soap godown explosion)।
আৰক্ষীয়ে কয়, বিস্ফোৰণস্থলীক কিছু বগা পাউদাৰ পোৱা গৈছে। ইয়াৰোপৰি আছে এটা কম্প্ৰেছিং ইউনিট। সেয়ে এই বিস্ফোৰণ চাবোন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ ফলত হোৱা বুলি অনুমান কৰা হৈছে।