Local, Vocal, Global

WATCH | Maulana Badruddin Ajmal: মৌলানা বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ প্ৰতিক্ৰিয়া

চাপৰ,২৪ফেব্ৰুৱাৰী : অখিল গগৈৰ পত্নীৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ বিৰুদ্ধে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ প্ৰতিক্ৰিয়া।

AIUDF দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰী লোকসভা সমষ্টিত ১০ লাখ ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰাৰ পাছত মানসিক বিকাৰগ্ৰস্ত হৈ পৰিছে। AIUDF দলে তেখেতৰ ট্ৰিটমেন্টৰ ব্যৱস্থা কৰিব লাগে। AIUDF দলে নোৱাৰিলে স্পষ্ট কৰক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যাৱতীয় ব্যৱস্থা কৰিম(Maulana Badruddin Ajmal)।

লগতে পঢ়ক :WATCH | Sarbananda Sonowal: মাজত মাত্ৰ কিছু ক্ষণ;‘ঝুমইৰ বিনন্দিনী’ৰ আনন্দ-উল্লাসৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া