WATCH | Maulana Badruddin Ajmal: জাতীয় নাৰী বাহিনীৰ সম্পাদিকা মমী ৰায় চৌধুৰীয়ে দাখিল কৰে এজাহাৰ
নিউজ ডেস্ক,২৪ফেব্ৰুৱাৰী : ৰাইজৰ দলৰ ভগ্নী সংগঠন জাতীয় নাৰী বাহিনীৰ সম্পাদিকা মমী ৰায় চৌধুৰীয়ে দাখিল কৰে এজাহাৰ ।
অখিল গগৈৰ অধ্যাপিকা পত্নী গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছে জাতীয় নাৰী বাহিনী(Maulana Badruddin Ajmal)।
লগতে পঢ়ক:WATCH | Maulana Badruddin Ajmal : “বদৰুদ্দিন আজমল অসমৰ কাৰনে বোজা স্বৰূপ”: সাংসদ ফণীভূষণ চৌধুৰী