Watch | Matric results to be declared today: আজি ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল
গুৱাহাটী, ডেস্ক ৰিপট : আজি ঘোষণা হ’ব মেট্ৰিকৰ ৰিজাল্ট। পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল । চলিত শিক্ষাবৰ্ষত অৱতীৰ্ণ হৈছিল ৪ লাখ ৩০ হাজাৰ পৰীক্ষাৰ্থী ।
মেট্ৰিকত এইবাৰো নাথাকিব শীর্ষস্থানৰ ব্যৱস্থা।জানি লওক ১৪টা ৱেৱচাইট
Sebaonline.org
www.results.shiksha
www.assam.shiksha
www.indiaresults.com
www.jagaranjosh.com
www.schools9.com
www.indianexpress.com
www.assamresult.in
www.assamjobalerts.com
www.vidyavision.com
www.iresults.net
www.iresults.in
www.ndtv.com
ASSEBৰ মোবাইল এপৰ জৰিয়তেও চাব পাৰিব ৰিজাল্ট