Local, Vocal, Global

Massive fire breaks out in Tamulpur after oil tanker explodes : পেট্ৰ’ল পৰিবাহী টেংকাৰত বিস্ফোৰণ

নিউজ ডেস্ক,২৬জুন : তামুলপুৰত পেট্ৰ’ল পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল পেট্ৰ’ল পৰিবাহী টেংক। শিলিগুৰিৰ পৰা ভূটান অভিমুখী আছিল টেংকাৰখন।

এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক, SDRF বাহিনী(Massive fire breaks out in Tamulpur after oil tanker explodes) ।

অগ্নিনিৰ্বাপক, SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ টেংকাৰখন উঠোৱাৰ চেষ্টা কৰোঁতেই ভয়ংকৰ ঘটনা সংঘটিত হয় । লগে লগে টেংকাৰখনত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ।ক’লা ধোঁৱাই ছানি ধৰিছে সমগ্ৰ অঞ্চলটো ।

লগতে পঢ়ক : 18 gold biscuits, foreign currency seized in major operation at New Bongaigaon Junction : কাজিৰঙা এক্সপ্ৰেছৰ পৰা জব্দ ১৮ টুকুৰা সোণৰ বিস্কুটসহ বিদেশী মুদ্ৰা