Massive fire breaks out in Sipajhar: ছিপাঝাৰৰ বাছষ্টেণ্ডত ভয়ানক অগ্নিকাণ্ড
ছিপাঝাৰ,২৪ডিচেম্বৰ : ছিপাঝাৰৰ বাছষ্টেণ্ডত ভয়ানক অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান(Massive fire breaks out in Sipajhar)।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা।
শ্বাৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ।
লগতে পঢ়ক :Ambedkar Samman Yatra: আজি দেশজুৰি কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰা