Local, Vocal, Global

Massive fire breaks out in Nalbari:নলবাৰীত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

নিউজ ডেস্ক,১০ফেব্ৰুৱাৰী : নলবাৰীত নিশা ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড।

অগ্নিকাণ্ডত ভস্মীভূত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

নলবাৰী চহৰৰ মাজমজিয়াত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out in Nalbari)।

অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় লক্ষাধিক টকাৰ সা-সামগ্ৰী।

লগতে পঢ়ক :Job Scam: ৰাজ্যত চাকৰিৰ বজাৰ ! চাকৰিৰ বজাৰ মেলিছে দিব্যাংগ মঞ্চ অসমৰ নেতাই