Massive fire breaks out in Nagaon : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী

নিউজ ডেস্ক,১৬জুলাই : বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ।
নগাঁৱৰ ৰাইডঙীয়াৰ বড়ি বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।নগাঁৱৰ ৰাইডঙীয়াৰ বড়ি বজাৰৰ বি জে ইলেক্ট্ৰনিক প্ৰতিষ্ঠানখনত লাগিল জুই। অগ্নিকাণ্ডত ভস্মীভূত ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। কথমপি ৰক্ষা পৰে ষ্টেট বেংকৰ এটা শাখা, আন ৪খন দোকান(Massive fire breaks out in Nagaon)।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নির্বাপণ কৰে ।
লগতে পঢ়ক : Four army personnel killed in Doda encounter : সেনা-সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী;শ্বহীদ ৪গৰাকী সেনা জোৱান