Local, Vocal, Global

Massive fire breaks out in Jorhat Medical College : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

যোৰহাট,১২ছেপ্তেম্বৰ : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড।

চিকিৎসাৰ মহাবিদ্যালয়ৰ আৱৰ্জনা ৰখা গৃহত অগ্নিকাণ্ড(Massive fire breaks out in Jorhat Medical College) ।

ইতিমধ্যে অগ্নিনিবাপক বাহীনীয়ে প্ৰায় চাৰি খন বাহনৰে অগ্নি নিবাৰ্পনৰ বাবে চেষ্টা কৰিছে ।

বৰ্তমানলৈকে অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Unidentified youth found in Karimganj : পৰিত্যক্ত চাউলৰ গুদামৰ কাষত উদ্ধাৰ অচিনাক্ত যুৱকৰ ৰক্তাক্ত মৃতদেহ