WATCH | Massive fire breaks out in Jorhat: ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত কোটি টকাৰ সামগ্ৰীৰ
যোৰহাট,২০ফেব্ৰুৱাৰী : যোৰহাটৰ বৰপুলত ভয়ংকৰ অগ্নিকাণ্ড
যোৰহাটৰ বৰপুলৰ শ্যাম এন্টাৰপ্ৰাইজ নাম চিপছ আৰু কল্ডিংছ গুদামত অগ্নিকাণ্ড ।
অগ্নিকাণ্ডত ভস্মীভূত কোটি টকাৰ সামগ্ৰীৰ। বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ড কাৰণ।
সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰা পৰা বিৰত আছে শ্যাম এন্টাৰপ্ৰাইজৰ স্বত্ত্বাধিকাৰ(Massive fire breaks out in Jorhat)।
সংবাদ মাধ্যমৰ দৃষ্টিত ম্যাদ উকলি যোৱা সামগ্ৰী ।
সন্দেহৰ আৱৰ্তত যে কেনেকৈ এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হবলৈ পালে শ্যাম এন্টাৰপ্ৰাইজত
জানিব পৰা মতে অগ্নিকাণ্ডত কোটি টকাৰ সামগ্ৰীৰ জ্বলি ভস্মীভূত হৈছে তাৰ মাজতে সৰহ সংখ্যক সামগ্ৰীয়ে ম্যাদ উকলি যোৱা।
সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰা পৰা বিৰত আছে শ্যাম এন্টাৰপ্ৰাইজৰ স্বতাধিকাৰ
যোৰহাট অগ্নি নিৰ্বাপক বাহিনীৰ চিভিল ডিফেঞ্চ, যোৰহাট আৰক্ষী দলে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:Large quantity of ganja seized: শোণিতপুৰত জব্দ বুজন পৰিমাণৰ গাঞ্জা;আটক সৰবৰাহকাৰী