Local, Vocal, Global

WATCH | Massive fire breaks out in Jorhat: যোৰহাটৰ বৰপুলত ভয়ংকৰ অগ্নিকাণ্ড

যোৰহাট,২০ফেব্ৰুৱাৰী : যোৰহাটৰ বৰপুলত ভয়ংকৰ অগ্নিকাণ্ড ।

শ্যাম এন্টাৰপ্ৰাইজ নাম চিপছ আৰু কল্ডিংছ গুদাউন ঘৰত অগ্নিকাণ্ড(Massive fire breaks out in Jorhat)।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।

ইতিমধ্যে কেইবাখনো অগ্নি নিবাৰপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাইছে ।

লগতে পঢ়ক :WATCH | Mangaldoi News: মঙলদৈত চহী জাল কৰি থানাৰ আলহী হ’ল পঞ্চায়ত সচিব