Massive fire breaks out in Guwahati : মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠান
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড। এইবাৰ মহানগৰীৰ সৰুমটৰীয়াত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। সৰুমটৰীয়াত ব্যৱসায়ীক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত ঘটে।
এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠান(Massive fire breaks out in Guwahati)।
ঘটনাস্থলীত ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা।বিধ্বংসী অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰে স্থানীয় ৰাইজ। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ। অগ্নিকাণ্ড কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ খবৰ।
লগতে পঢ়ক :Massive fire breaks out in Guwahati : মহানগৰীৰ ডাউন টাউনৰ সমীপত অগ্নিকাণ্ড