Massive fire breaks out in Guwahati : মহানগৰীৰ মাণিকনগৰত ভয়ংকৰ অগ্নিকাণ্ড
নিউজ ডেস্ক,২৭আগষ্ট : বিধ্বংসী অগ্নিকাণ্ড । গুৱাহাটী মহানগৰীৰ মাণিকনগৰত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Massive fire breaks out in Guwahati)।
শ্বৰ্ট-চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ।অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপণ কৰে(Massive fire breaks out in Guwahati)।
কথমপি ৰক্ষা পৰে আৱাসিক এলেকাটো।