Local, Vocal, Global

Massive fire breaks out in Guwahati : মহানগৰীৰ সিজুবাৰীত বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ দোকান

নিউজ ডেস্ক,৩আগষ্ট : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ দোকান ।

মহানগৰীৰ সিজুবাৰীত শুকুৰবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।অগ্নিকাণ্ডৰ ফলত জ্বলি ভস্মীভূত হয় দুখনকৈ দোকান।

দুৰ্বৃত্তই দোকানত অগ্নিসংযোগ কৰাৰ সন্দেহ একাংশৰ(Massive fire breaks out in Guwahati)।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছথে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনা সন্দৰ্ভথ খবৰ পোৱৰা লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু নিৰ্বাপণ কৰে জুই।

জানিব পৰা মতে বহু দিন ধৰি বন্ধ হৈ আছিল এখন দোকান(Massive fire breaks out in Guwahati)।

লগতে পঢ়ক : Massive fire breaks out in Lakhimpur : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত চাৰিখন নতুন গাড়ীসহ বহু পৰিমাণৰ গাড়ীৰ যন্ত্র-পাতি