Massive fire breaks out in Dibrugarh : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ
ডিব্ৰুগড়,১৬মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ ।
ডিব্ৰুগড় চহৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।
জানিব পৰা মতে, চহৰখনৰ শান্তিপাৰাৰ বাসবাৰীত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। বাচু মিত্ৰ নামৰ এজন ব্যক্তি বাসগৃহৰ জুইৰ সূত্ৰপাত হয় তাৰ পিছতে জুই বিয়পি পৰে আৰু অলোক পালৰ গুদাম গৃহত বৃহৎ ক্ষতিসাধন হয়(Massive fire breaks out in Dibrugarh)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপন বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাটো ।
লগতে পঢ়ক : Man Elephant conflict : ৰূপহীহাটৰ আমবাগান টুবুকী জাৰণিত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন