Local, Vocal, Global

Massive fire breaks out in dergaon: দেৰগাঁও চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা টেংকাৰত অগ্নিকাণ্ড

দেৰগাঁও,৩০জানুৱাৰী : দেৰগাঁও চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা টেংকাৰত অগ্নিকাণ্ড।

মিঠেলিন ভৰ্তি টেংকাৰত খনত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড(Massive fire breaks out in dergaon)।

HR-58/D1044 নম্বৰৰ টেংকাৰ খন নামৰূপৰ পৰা উত্তৰাখণ্ড অভিমুখী আছিল।

দেৰগাঁৱত ক্ষন্তেক জিৰণিৰ বাবে ৰখোৱা হৈছিল বাহনখন।

সেইসময়তে অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হয়।

লগতে পঢ়ক :Land centric clash : ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি;আহত ৭ জনকৈ লোক