Local, Vocal, Global

Massive fire breaks out in Dalgaon : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়ী প্ৰতিষ্ঠান

নিউজ ডেস্ক,২৯জুন : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়ী প্ৰতিষ্ঠান ।

দলগাঁৱৰ বেছিমাৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । শুকুৰবাৰে মাজনিশা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out in Dalgaon) ৷

জানিব পৰা মতে, এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জ্বলি যায় বহুকেইখন ব্যৱসায়ীক প্ৰতিষ্ঠান৷ বৰ্তমানো জানিব পৰা নাই জুইৰ সূত্ৰপাতৰ কাৰণ ৷

লগতে পঢ়ক : Miscreants attack police in Jorhat, one arrested : যোৰহাটৰ পুলিবৰত আৰক্ষীক আক্ৰমণ কৰা এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ