Local, Vocal, Global

Massive fire breaks out in Cachar: বিধ্বংসী অগ্নিকাণ্ড;জুইত জাহ গ’ল ১২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

কাছাৰ,১৫ডিচেম্বৰ : কাছাৰৰ গুমৰা বিধ্বংসী অগ্নিকাণ্ড৷ জুইত জাহ গ’ল ১২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

জানিব পৰা মতে,এখন টায়াৰৰ দোকানত হঠাৎ জুইৰ সূত্ৰপাত ঘটে আৰু নিমিষতে জুইৰ লেলিহান শিখাই ওচৰৰ দোকান সমূহত ছানি ধৰে(Massive fire breaks out in Cachar)।

লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবখনো বাহন উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ বাবে নামি পৰে যদিও দহখনকৈ দোকান জুইত সম্পূৰ্ণৰূপে ভূস্মীভুত হয় ৷কেইবাঘন্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণত আহে৷

অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ ক্ষয় ক্ষতিৰ হয় বুলি অনুমান কৰা হৈছে ৷

লগতে পঢ়ক :Dead Body Found in Jagiroad: অৱশেষ উদ্ধাৰ হ’ল ৭ দিনে নিৰুদ্দেশ হৈ থকা দীনেশ অধিকাৰীৰ মৃতদেহ