Massive fire breaks out in Bokajan: বোকাজানৰ গেছ এজেন্সীত ভয়ংকৰ অগ্নিকাণ্ড
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : বোকাজানৰ গেছ এজেন্সীত ভয়ংকৰ অগ্নিকাণ্ড। থৌমুং গেছ এজেন্সীত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডত ভস্মীভূত বহু টকাৰ সা-সামগ্ৰী(Massive fire breaks out in Bokajan)।
ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত অগ্নিনিৰ্বাহক বাহিনীৰ দল। উপস্থিত স্থানীয় বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন। ৰাইজৰ সহযোগত জুই নিৰ্বাপণ।