Massive fire breaks out in Barpeta:শিলা বজাৰত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ১৫ খন দোকান
নিউজ ডেস্ক,২৭নৱেম্বৰ : বৰপেটাৰ শিলা বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷
অগ্নিকাণ্ডত ভস্মীভূত ১৫ খন দোকান ৷
অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত৷
শ্বৰ্ট ছাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ(Massive fire breaks out in Barpeta)।
নিশা প্ৰায় ১ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ৷
অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় ২ ঘন্টা পিছত আহিল তাৰাবাৰী আৰক্ষীৰ দল,এছ ডি আৰ এফ বাহিনী।