Local, Vocal, Global

Massive fire breaks out in Barpeta : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ২কোটি টকাৰ সামগ্ৰীৰ

নিউজ ডেস্ক,১৩আগষ্ট : বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত ভস্মীভূত ২কোটি টকাৰ সামগ্ৰীৰ(Massive fire breaks out in Barpeta)।

বৰপেটাৰোডত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷

বৰপেটাৰোড গীতাঞ্জলি নামৰ ইলেক্ট্ৰনিকছৰ দোকানত লাগিল জুই৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত প্ৰতিষ্ঠানখন৷ এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে ভস্মীভূত হয় বহু কোটি টকাৰ সামগ্ৰী ।

শ্বৰ্ট-চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সূত্ৰপাতৰ সন্দেহ(Massive fire breaks out in Barpeta)৷

লগতে পঢ়ক : Ex-student leader arrested : জাগীৰোড আৰক্ষীৰ জালত প্ৰাক্তন ছাত্ৰনেতাৰূপী প্ৰৱঞ্চক