Massive fire breaks out in Barhampur : বঢ়মপুৰৰ ১নং ঘোগৰগাঁৱত অগ্নিকাণ্ড
নিউজ ডেস্ক,১৮মে’ : বঢ়মপুৰৰ ১নং ঘোগৰগাঁৱত অগ্নিকাণ্ড ৷ লীলাধৰ বৰা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ।
শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটে(Massive fire breaks out in Barhampur) ।
এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপ বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন । ইফালে এই অগ্নিকাণ্ডৰ ফলত ঘৰৰ ভিতৰৰ মুমূৰ্ষু অৱস্থাত পৰি থাকে এজন লোক ৷ অগ্নিনিৰ্বাপ বাহিনীৰ লোকে উদ্ধাৰ কৰে লোকজনক ৷
লগতে পঢ়ক : Drugs Peddlers Arrested in Marigaon : মৰিগাঁৱৰ দাঁতিয়ালবৰীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী