Local, Vocal, Global

Massive Fire Breaks Out at Tamulpur : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সম্পত্তিৰ

নিউজ ডেস্ক, ১৭ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত মেডিকেল ষ্ট’ৰ, LIC প্ৰিমিয়াম(Massive Fire Breaks Out at Tamulpur) ।

শনিবাৰে নিশা তামুলপুৰ জিলা সদৰৰ ঘগ্ৰাচ’কত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হয় নৰেন্দ্ৰ মেডিকেল ষ্ট’ৰ আৰু LIC প্ৰিমিয়াম কেন্দ্ৰত ।

অগ্নিকাণ্ডত জাহ যায় প্ৰায় লক্ষাধিক টকাৰ সম্পত্তিৰ ৷

লগতে পঢ়ক : Massive Fire Breaks Out at Bajali : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ৬খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠা