Massive fire breaks out at Nagaon : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো দোকান
নিউজ ডেস্ক,২৯মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো দোকান ।
নগাঁৱৰ পুৰণিগুদামৰ গড়মূৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো।
জানিব পৰা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় কেইবাখনো দোকান(Massive fire breaks out at Nagaon)।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয়। সমীপৰ দোকান, আৱাসিক এলেকালৈ জুই সম্প্ৰসাৰিত হোৱাৰ আশংকা।
লগতে পঢ়ক : Guwahati-North Guwahati ferry services suspended : আজিও বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা