Local, Vocal, Global

Massive Fire Breaks Out at Jogighopa : বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত দুটাকৈ বাসগৃহ

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত দুটাকৈ বাসগৃহ ।

যোগীঘোপাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।শনিবাৰে মদনবজাৰ কনৰা বিলগাঁৱত সংঘটিত হৈছে এই ঘটনাটো। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ বাসগৃহ । জুই ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইত জাহ যায় নগদ ধনৰ লগতে নথি-পত্ৰ আৰু আচবাব(Massive Fire Breaks Out at Jogighopa )।

জানিব পৰা মতে, আব্দুল জলিল নামৰ লোকজনৰ বাসগৃহ সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ।

লগতে পঢ়ক : Massive Fire Breaks Out at Noonmati : মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড