Massive fire breaks out at godown : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত এটা কাঠৰ গুদাম
নেশ্যনেল ডেস্ক, ১৮মে’ : বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত এটা কাঠৰ গুদাম । শনিবাৰে ঝাৰখণ্ডৰ জামছেদপুৰৰ এটা গুদামত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Massive fire breaks out at godown)।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় । অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়া লগে লগে ৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই(Massive fire breaks out at godown in Jamshedpur) ।