Massive fire breaks out at Goalpara : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ
নিউজ ডেস্ক,২৫মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ ।
গোৱালপাৰাৰ ৰংজুলিৰ কাহিবাৰীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত খিলামাৰা গাঁৱৰ মজেন্দ্ৰ ৰায় নামৰ লোকজনৰ বাসগৃহত ।
নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাসগৃহটো। আৰু সম্পূৰ্ণৰূপে ভস্মীভূত কৰে(Massive fire breaks out at Goalpara) ।