Local, Vocal, Global

Massive Fire Breaks Out at Duliajan : বিধ্বংসী অগ্নিকাণ্ড;জুইত ভস্মীভূত ২ লক্ষাধিক টকাৰ সামগ্ৰী

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : বিধ্বংসী অগ্নিকাণ্ড । জুইত ভস্মীভূত ২ লক্ষাধিক টকাৰ সামগ্ৰী(Massive Fire Breaks Out at Duliajan) ।

দুলিয়াজানৰ বৰডুবি বিজুলীবাৰিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।সোমবাৰে নিশা সংঘটিত হৈছে এই ঘটনাটো ।

সোমাবাৰে বিজুলিবাৰী চাহ বাগানৰ ১ নং লাইনত জুইত জাহ গ’ল ২টাকৈ বাগানৰ কোৱাৰ্টাৰ । ভস্মীভূত হয় দুটাকৈ বাসগৃহ । জুইত ভস্মীভূত হয় সাগৰ কৈয়া আৰু কলমেল খাৰিয়া নামৰ লোক দুজনৰ ঘৰ । জুইত জাহ গ’ল ২ লক্ষ্যাধিক টকা মূল্যৰ সা-সামগ্ৰী । এইপৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই(Massive Fire Breaks Out at Duliajan) ।

লগতে পঢ়ক : Tragic Road Accident : শোকাৱহ দুৰ্ঘটনা;থিতাতে নিহত বাইক আৰোহী