Massive Fire Breaks Out at Dhekiajuli: বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বিপনী

নিউজ ডেস্ক,২৬মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত হোটেল, গেলামাল, জোতা-ছেণ্ডেলৰ দোকান (Massive Fire Breaks Out at Dhekiajuli)৷
ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । মঙলবাৰে পুৱতিনিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ৷
অগ্নিকাণ্ডত জ্বলি ছাৰখাৰ হয় দুখন হোটেল, গেলামাল, জোতা-ছেণ্ডেলৰ দোকান ৷ বজ্ৰপাতৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ একাংশৰ(Massive Fire Breaks Out at Dhekiajuli) ৷
লগতে পঢ়ক : Tragic Road Accident in Duliajan : হোলীৰ আনন্দ উল্লাহৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন, আহত দুজন