Massive Fire Breaks Out at Dalgaon : দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ৭ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মিভূত শ্ৰেণী কোঠা(Massive Fire Breaks Out at Dalgaon) ।
দলগাঁৱত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।বৃহস্পতিবাৰে দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ত সংঘটিত হয় অগ্নিকাণ্ডটো ৷
অগ্নিকাণ্ডত ভস্মিভূত শ্ৰেণী কোঠাৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী(Massive Fire Breaks Out at Dalgaon)৷
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৷
লগতে পঢ়ক : PMAY scam in Goreshwar : গোৰেশ্বৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰীৰ অভিযোগ