Massive fire breaks out at Cachar : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৩টাকৈ বাসগৃহ
নিউজ ডেস্ক,২৬মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ৩টাকৈ বাসগৃহ ।
কাছাৰৰ ধলাই জামালপুৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। শনিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ।
এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জ্বলি ভস্মীভূত ৩টাকৈ বাসগৃহত। ক্ষতিসাধন হয় লক্ষাধিক টকাৰ । জ্বলি ছাৰখাৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ। বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত(Massive fire breaks out at Cachar)।