WATCH | Massive fire breaks out: মঙলদৈ ২ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড
মঙলদৈ,২৪মাৰ্চ : মঙলদৈ ২ নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড।
ৰুষ্টম আলি নামৰ লোকজনৰ গৃহত সংঘটিত হয় অগ্নিকাণ্ড।
অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এখন স্কুটি ভস্মীভূত হয়।
লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়(Massive fire breaks out)।
ওচৰতে থকা জাৱৰৰ দমত জুই দিওঁতে এই জুইৰ সূত্ৰপাত হয় বুলি জানিব দিয়ে গৃহস্থই।
লগতে পঢ়ক : WATCH | Self-reliant Women : ই-ৰিক্সা চলাই আৰু ব্ৰয়লাৰ মাংস বিক্ৰী কৰি স্বাৱলম্বী জামুগুৰিহাটৰ পিংকী মুদৈ