WATCH | Massive fire breaks out: কলিয়াবৰ কামাখ্যা গাঁৱত অগ্নিকাণ্ড

কলিয়াবৰ,২৬জুন : কলিয়াবৰ কামাখ্যা গাঁৱত নিজৰ বাসগৃহত লগালে জুই।
বিজিত গোৱালা নামৰ যুৱকজনে লগালে নিজৰ বাসগৃহত জুই।
জুইত জাহ গ’ল ঘৰৰ ভিতৰৰ সকলো সামগ্ৰী(Massive fire breaks out)।
শিলঘাটত আৰক্ষীয়ে বিজিতক আটক কৰাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
জানিব পৰা মতে বিজিত গোৱালা মানসিক ৰোগী আছিলে।
লগতে পঢ়ক : WATCH | Cachar News : প্ৰথমখন পঞ্চায়ত ব’ৰ্ড হিচাপে কুৰকুৰি গ্ৰাম পঞ্চায়ত সমিতি ব’ৰ্ড গঠন