WATCH | Massive fire breaks out: হাজোৰ মিলপাৰাত বিধ্বংসী অগ্নিকাণ্ড
হাজো,১৫জুন : হাজোৰ মিলপাৰা বাদলপুৰত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ড ভস্মীভূত মাইনুৰুল ইছলামৰ বাসগৃহ ।
দুৰ্বৃত্তই জুই জ্বলাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ(Massive fire breaks out)।
স্থানীয় লোকৰ তৎপৰতা জুই নুমুৱালৈ সক্ষম হয়।
একে গাঁৱৰে চাৰি দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ।
এই চাৰি দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ ৰুজু ৰামদিয়া আৰক্ষী চকীত।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : WATCH | Man goes Missing : নাৰায়নপুৰত পুনৰ নিৰুদ্দেশ এজন যুৱক