Local, Vocal, Global

WATCH | Massive fire breaks out: শান্তিপুৰত বিধ্বংসী অগ্নিকাণ্ড;লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

নিউজ ডেস্ক,২মে’ : নিশা নাৰায়ণপুৰৰ শান্তিপুৰত বিধ্বংসী অগ্নিকাণ্ড

শান্তিপুৰ গাঁৱৰ কমলেশ্বৰ দাসৰ দোকানত লাগে জুই(Massive fire breaks out)

চিলিণ্ডাৰৰ পৰা জুইৰ সূত্রপাত হোৱাৰ সন্দেহ

জুইত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি

কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ

লগতে পঢ়ক : WATCH | Massive fire breaks out: হোজাইৰ যোগীজান বজাৰত বিধ্বংসী অগ্নিকাণ্ড